• লেখক Aishwarya Lakshmi
  • অন্তিমবাৰ পৰিৱৰ্তন কৰা হৈছিল 05-09-2022

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ প্ৰশ্ন কাকত সমাধান 2023-সবিশেষ

img-icon

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ প্ৰশ্ন কাকত সমাধান 2023(AHSEC hs question paper solution):অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ চমুকৈ AHSEC হৈছে অসম চৰকাৰৰ অধীনৰ এক শিক্ষা পৰিষদ। এই পৰিষদে অসমত উচ্চতৰ মাধ্যমিক (১০+২) পৰ্যায়ৰ শিক্ষা ব্যৱস্থা নিয়ন্ত্ৰণ কৰে। এই পৰিষদে অসমত উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰে আৰু উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে। উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলৰ ওপৰত এগৰাকী শিক্ষাৰ্থীৰ ভৱিষ্যত নিৰ্ভৰ কৰে।প্ৰতি বছৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (AHSEC) ৰ দ্বাদশ শ্ৰেণীৰ ফলাফল বছৰৰ মাজভাগত ঘোষণা কৰা হয় ।

পৰীক্ষাত ভাল নম্বৰ পাবলৈ হ’লে আটাইতকৈ প্ৰয়োজনীয় কথাটো হ’ল এখন চাফ চিকুণ বহী জমা দিয়াটোপৰীক্ষাৰ দৃষ্টিকোণৰ পৰা চালে আগৰ বছৰৰ প্ৰশ্ন কাকত সমূহ সংগ্ৰহ কৰি কেনে ধৰণাৰ প্ৰশ্ন সচৰাচৰ সোধা হয়, সেয়া জানি লোৱাটো দৰকাৰ।

অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে প্ৰতি বছৰে শ্ৰেণী 12 ৰ শিক্ষাৰ্থীৰ বাবে উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰে। AHSEC শ্ৰেণী 12 ৰ পৰীক্ষাৰ বাবে যোগ্য হ’বলৈ শিক্ষাৰ্থীসকলৰ দ্বাদশ শ্ৰেণীত নিম্নতম 75% উপস্থিতি থাকিব লাগিব।

উচ্চতৰ মাধ্যমিকপৰীক্ষাৰ প্ৰশ্ন কাকত 2023

  • পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা চালে আগৰ বছৰৰ প্ৰশ্ন কাকত সমূহ সংগ্ৰহ কৰি কেনে ধৰণাৰ প্ৰশ্ন সচৰাচৰ সোধা হয়, সেয়া জানি লোৱাটো দৰকাৰ।
  • প্ৰশ্নৰ ধৰণ চালি জাৰি চাই নিজৰ বাবে কেনে ধৰণৰ প্ৰস্তুতিৰ প্ৰয়োজন সেয়া নিজেই বিচাৰি উলিয়াব লাগে।
  • যদি কোনো এটা বিষয়ৰ প্ৰশ্নত সচৰাচৰ গাণিতিক সমস্যাবোৰ সমাধান কৰিবলৈ দিয়া হয়
  • সেই বিষয়টোত গাণিতিক সমস্যাৰ সমাধান আয়ত্ব কৰাত অধিক গুৰুত্ব দিয়াটো প্ৰয়োজনীয়।
  • পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে টেষ্ট পেপাৰ আৰু আগৰ বছৰৰ প্ৰশ্ন কাকত সমূহ সম্বলিত কিতাপবোৰ অতি সহায়ক হয়।
  • পুৰণি প্ৰশ্ন কাকত ব্যৱহাৰ কৰোঁতে পৰীক্ষাত বহাৰ দৰে নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰশ্নবোৰৰ উত্তৰ কৰিবলৈ যত্ন কৰা উচিত।

অসম বোৰ্ডৰ দ্বাদশ শ্ৰেণীৰ প্ৰশ্ন কাকত লেখাটোত দিয়া লিংকসমূহৰ পৰা ডাউনলোড কৰিব পাৰিব। ব’ৰ্ডৰ অফিচিয়েল ৱেবছাইটৰ পৰাও AHSEC HS মডেল প্ৰশ্নকাকত ডাউনলোড কৰি HSৰ ফলাফলত ভাল নম্বৰ লাভ কৰিব পাৰিব।

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পদাৰ্থ বিজ্ঞান Link
উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ Link
উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ জীৱ বিজ্ঞান Link
উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ গণিত link
উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ইংৰাজী

link
উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ অসমীয়া
link

অসম বোৰ্ড শ্ৰেণী 12 পূৰ্বৱৰ্তী বৰ্ষৰ বিশ্লেষণ

  • বোৰ্ড পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে আগৰ বছৰৰ প্ৰশ্নকাকত বিশ্লেষণ কৰাটো যথেষ্ট উপযোগী আৰু উন্নত ফলাফল প্ৰাপ্ত কৰাত সহায় কৰে।
  • পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা চালে আগৰ বছৰৰ প্ৰশ্ন কাকত সমূহ সংগ্ৰহ কৰি কেনে ধৰণাৰ প্ৰশ্ন সচৰাচৰ সোধা হয়, সেয়া জানি লোৱাটো দৰকাৰ।
  • প্ৰশ্নৰ ধৰণ চালি জাৰি চাই নিজৰ বাবে কেনে ধৰণৰ প্ৰস্তুতিৰ প্ৰয়োজন সেয়া নিজেই বিচাৰি উলিয়াব লাগে।
  • যদি কোনো এটা বিষয়ৰ প্ৰশ্নত সচৰাচৰ গাণিতিক সমস্যাবোৰ সমাধান কৰিবলৈ দিয়া হয়, সেই বিষয়টোত গাণিতিক সমস্যাৰ সমাধান আয়ত্ব কৰাত অধিক গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। 

পৰীক্ষাৰ প্ৰশ্ন কাকত সমাধান 2023ৰ ৰণনীতি

  • পৰীক্ষাৰ সময় খিনি সঠিক ভাৱে ব্যৱহাৰ কৰাৰ ওপৰতো কৃতকাৰ্যতা নিৰ্ভৰ কৰে।
  • প্ৰশ্ন কাকতখন হাতলৈ অহাৰ পিছত সম্পূৰ্ণ প্ৰশ্ন কাকতখন এবাৰ আৰম্ভণিৰ পৰা শেষলৈ চকু ফুৰাই ল’ব লাগে।
  •  প্ৰশ্নত থকা নিৰ্দেশনাবোৰ ভালদৰে পঢ়ি ল’ব লাগে যাতে প্ৰয়োজন নথকা প্ৰশ্নৰ উত্তৰ কৰা নহয়।
  •  প্ৰশ্নবোৰ উত্তৰ কৰাৰ ক্ৰম এটা পৰিকল্পনা কৰি ল’ব লাগে যাতে নিৰ্দিষ্ট সময়ৰ ভিতৰত আটাইকেইটা লাগতিয়াল প্ৰশ্নৰ উত্তৰ কৰিব পাৰি। 
  • হাতঘড়ী ব্যৱহাৰ কৰি প্ৰতিটো প্ৰশ্নৰ উত্তৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত শেষ কৰিবলৈ যত্নপৰ হোৱা উচিত। 
  • নিৰ্দিষ্ট সময়ত শেষ নহ’লে উত্তৰ লিখিবলৈ ঠাই এৰি পিছৰ প্ৰশ্নটোলৈ যাব লাগে
  • যাতে পিছত সময় পালে আধৰুৱা উত্তৰ সম্পূৰ্ণ কৰিব পৰা যায়। 
  • মুঠতে নিৰ্দিষ্ট সময়ৰ ভিতৰত যিমান পাৰি বেছি সংখ্যক প্ৰশ্নৰ উত্তৰ কৰিবলৈ যত্ন কৰিব লাগে
  • যাতে পৰীক্ষকে নম্বৰ দিবলৈ অধিক ঠাই পায়।

2023ৰ পৰীক্ষাৰ উত্তৰ বহীখন কেনেদৰে লিখা উচিত

  • পৰীক্ষাত ভাল নম্বৰ পাবলৈ হ’লে আটাইতকৈ প্ৰয়োজনীয় কথাটো হ’ল এখন চাফ চিকুণ বহী জমা দিয়াটো।
  • হাতৰ আখৰ ভাল হ’লে বহীখন দেখিবলৈ ভাল হয়।
  • পৰীক্ষাৰ সময় খিনি সঠিক ভাৱে ব্যৱহাৰ কৰাৰ ওপৰতো কৃতকাৰ্যতা নিৰ্ভৰ কৰে।
  • প্ৰশ্ন কাকতখন হাতলৈ অহাৰ পিছত সম্পূৰ্ণ প্ৰশ্ন কাকতখন এবাৰ আৰম্ভণিৰ পৰা শেষলৈ চকু ফুৰাই ল’ব লাগে।
  • প্ৰশ্নত থকা নিৰ্দেশনাবোৰ ভালদৰে পঢ়ি ল’ব লাগে
  • যাতে প্ৰয়োজন নথকা প্ৰশ্নৰ উত্তৰ কৰা নহয়। 
  • পৰীক্ষাৰ উত্তৰ লিখোঁতে উত্তৰবোৰ যথাযথ আৰু ছুটি হোৱাটো বাঞ্চনীয়।
  • সঠিক উত্তৰ নজনাকৈ এসোপামান বেবেৰিবাং লিখি থৈ আহি নম্বৰ পোৱাৰ আশা কৰিব নালাগে।
  • এখন প্ৰশ্ন কাকতৰ উত্তৰ কৰা হোৱাৰ পিছত যিখিনি সময় পোৱা যায়,
  • সেইখিনি সময়ত প্ৰশ্নৰ উত্তৰবোৰ আকৌ এবাৰ চকু ফুৰাই চাব লাগে।
  • সদায় অন্তত: দহ মিনিট সময় পুনৰীক্ষণৰ বাবে থবলৈ পৰিকল্পনা কৰিব লাগে।
  • সম্ভৱ হ’লে সেইবোৰ ততাতৈয়াকৈ শুধৰাবৰ চেষ্টা কৰিব লাগে। 

উচ্চতৰ মাধ্যমিকৰ সৰ্বাধিক নম্বৰৰ অধ্যয়ন পৰিকল্পনা 

যিকোনো পৰীক্ষাত ভাল প্ৰদৰ্শন কৰিবলৈ, তুমি নতুন বিষয় মনত ৰাখিবলৈ বা শিকিবলৈ, পুৰণি বোৰ সংশোধন কৰিবলৈ, আৰু তোমাৰ প্ৰস্তুতিত ভাল গতি ৰাখিবলৈ ব্যৱহাৰ কৰিব পৰা সৰ্বশ্ৰেষ্ঠ অধ্যয়ন ৰণনীতিবোৰ বুজি পোৱাটো গুৰুত্বপূৰ্ণ।

তোমাক উচ্চতৰ শ্ৰেণী প্ৰাপ্ত কৰাত সহায় কৰিবলৈ ইয়াত সৰ্বশ্ৰেষ্ঠ অধ্যয়ন ৰণনীতি আছে।

তলত কেইটামান উপায় উল্লেখ কৰা হ’ল-

  • প্ৰশ্নকাকত পঢ়াৰ আগতে ধৰি লোৱা যে তুমি প্ৰতিটো প্ৰশ্নৰ সৈতে পৰিচিত। তুমি প্ৰতিটো প্ৰশ্নৰ উত্তৰ কেনেদৰে দিব লাগে বুজি পোৱা।
  • এয়া হৈছে এক অতি কাৰ্যকৰী আত্ম-প্ৰতিৰক্ষা ৰণনীতি।
  • এনে ধৰণৰ চিন্তাই তোমাক আৰু অধিক আত্ম বিশ্বাসী কৰি তুলিব।
  • সদায়ে প্ৰথমে পাঁচ নম্বৰৰ প্ৰশ্ন এটা চেষ্টা কৰিবা।
  • সকলো প্ৰশ্ন একে মনোযোগেৰে আৰু যত্নেৰে কৰিবা কিয়নো প্ৰতিটো উত্তৰ অত্যাৱশ্যকীয়।
  • সমগ্ৰ উত্তৰ পত্ৰিকাত তুলনামূলক লিখন আৰু ফৰ্মেটিং ব্যৱহাৰ কৰা।

AHSECৰ HS পৰীক্ষা 2023: উল্লেখযোগ্য দিশসমূহ

অসম দ্বাদশ শ্ৰেণীৰ পৰীক্ষা 2023 সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ আলোকপাত:

পৰীক্ষাৰ নামউচ্চতৰ মাধ্যমিক (HS) পৰীক্ষা
পৰিচালক সংস্থাঅসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ(AHSEC)
পৰীক্ষা পৰিচালনাবছৰত এবাৰ
সংক্ষিপ্ত ৰূপAHSEC
পৰীক্ষাৰ সময়সীমা৩ ঘণ্টা
পৰীক্ষাৰ তাৰিখ মাৰ্চ – এপ্ৰিল,2023(অনিশ্চিত)
HS ফলাফলৰ তাৰিখমে/জুন,2023(অনিশ্চিত)
প্ৰয়োগৰ ধৰণঅফলাইন
আবেদন মাচুল (জেনেৰেল)অনিশ্চিত
পৰীক্ষাৰ ধৰণঅফলাইন
অসম HS অফিচিয়েল ৱেবছাইটhttps://ahsec.assam.gov.in/

অসম বোৰ্ডৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰস্তুতিৰ পৰামৰ্শ

2023 চনত অসম বোৰ্ডৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত  সফলতাৰে উত্তীৰ্ণ হ’বলৈ নিম্নলিখিত পৰামৰ্শ সমূহ ব্যৱহাৰ কৰিব পাৰেঃ
  • প্ৰতিখন কাকতৰ বাবে সমান সময়ৰ সৈতে সময়সূচী এখন বনোৱা।
  • লগতে, AHSEC আৰ্হি কাকত আৰু আগৰ বছৰৰ প্ৰশ্নকাকত সম্পূৰ্ণ কৰিবলৈ সময় নিৰ্ধাৰণ কৰা।
  •  অসম শ্ৰেণী 12 ৰ সময়সূচী 2023 উপলব্ধ হোৱাৰ লগে লগে ডাউনলোড কৰা
  •  পাঠ্যক্ৰমৰ প্ৰতিটো বিষয় পৰীক্ষা কৰা, নিশ্চিত কৰিবা যাতে একো বাদ দিয়া নহয়।
  • অধ্যয়ন কৰোঁতে চুটি টোকা লোৱাটো অভ্যাস কৰা।
  • অধ্যয়নটো কম ক্লান্তিকৰ কৰি তুলিবলৈ চমু বিৰতি লোৱা।

সঘনাই সোধা প্ৰশ্ন(FAQs)

অসম বোৰ্ডৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ (HS 2nd year exam) পৰীক্ষাৰ সময়সূচী 2023 সম্পৰ্কে সঘনাই সোধা প্ৰশ্নসমূহ তলত দিয়া ধৰণৰ:

 প্ৰশ্নঃ দ্বাদশ শ্ৰেণীৰ বাবে অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ(HS 2nd year exam 2023) পৰীক্ষা খুউব কঠিন হ’ব নেকি?

উত্তৰঃনহয়, ফলপ্ৰসূভাৱে আৰু সময়মতে প্ৰস্তুতি চলালে ভাল নম্বৰেৰে সহজেই যোগ্যতা অৰ্জন কৰিব পাৰিবা।

প্ৰশ্নঃ মোৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ বাবে কেনেকৈ ভালদৰে প্ৰস্তুতি চলাব পাৰি?

উত্তৰঃ প্ৰতিটো বিষয়ত সমান সময় আৰু মনোযোগ দিব লাগে আৰু বিষয়সমূহক অগ্ৰাধিকাৰ দিব লাগে।

প্ৰশ্নঃ  অসম বোৰ্ড  উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ( (HS 2nd year exam 2023) ) পৰীক্ষাৰ সময়সূচী  ক’ৰ পৰা ডাউনলোড কৰিব পাৰি?

উত্তৰঃ প্ৰাৰ্থীসকলে AHSEC ৰ অফিচিয়েল ৱেবছাইটৰ পৰা অসম বোৰ্ড HS 2nd year exam 2023 পৰীক্ষাৰ সময়সূচী ডাউনলোড কৰিব পাৰিব।

প্ৰশ্নঃ অসম দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সম্পূৰ্ণ সময়সূচী 2023 ক’ত পাম?

উত্তৰঃ  অসম বোৰ্ড HS পৰীক্ষাৰ সম্পূৰ্ণ সময়সূচী 2023 প্ৰবন্ধটোত দিয়া হ’ব। অথবা, অফিচিয়েল ৱেবছাইটত গৈ সময়সূচী ডাউনলোড কৰিব পাৰে।

প্ৰশ্নঃ  অসম বোৰ্ডৰ 2023 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ(HS final year exam) পৰীক্ষা কেতিয়া আৰম্ভ হ’ব?

উত্তৰঃ  2023 চনৰ অসম HS পৰীক্ষাৰ আপডেট নিশ্চিতভাৱে উল্লেখ কৰা হ’ব।

শেহতীয়া খবৰ আৰু আপডেটৰ বাবে Embibe ৰ লগতে থাকা। আমি আশা কৰোঁ যে এই লেখাটো তোমালোকৰ বাবে সহায়ক হ’ব। এনে ধৰণৰ অধিক বিষয়বস্তুৰ বাবে জানিবলৈ অনুগ্ৰহ কৰি Embibe ৰ সৈতে সংযুক্ত হৈ থাকা।

আগন্তুক  পৰীক্ষাৰ বাবে Embibe ৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ!

Embibe ত 3D শিক্ষণ, কিতাপৰ অনুশীলনী, পৰীক্ষা আৰু সন্দেহৰ সমাধানৰ সৈতে তোমাৰ সৰ্বশ্ৰেষ্ঠ প্ৰাপ্ত কৰা