• লেখক Aishwarya Lakshmi
  • অন্তিমবাৰ পৰিৱৰ্তন কৰা হৈছিল 06-09-2022

অসম বোৰ্ডৰ নৱম শ্ৰেণীৰ পাঠ্যক্ৰম 2023-শেহতীয়া তথ্য

img-icon

নৱম শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ বাবে পাঠ্যক্ৰম 2023(Syllabus for Class 9): অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ SEBA হ’ল অসমৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয় সমূহক স্বীকৃতি প্ৰদান, বিদ্যালয় সমূহত উন্নত মানৰ শিক্ষাৰ নিশ্চিতকৰণ আৰু পৰীক্ষা আয়োজনৰ কৰ্তৃত্ব থকা ৰাজ্যিক পৰ্যায়ৰ এক পৰিষদ।অসম মাধ্যমিক শিক্ষা আইন ১৯৬১ খন অসমত মাধ্যমিক শিক্ষাৰ উন্নতি আৰু পৰিচালনাৰ বাবে পৰিষদ গঠনৰ বাবে জাৰী কৰা হয়।

এই আইনখন ২৯ জানুৱাৰী,১৯৬২ত বলৱত কৰা হয় ।এনেদৰেই ১৪ মাৰ্চ,১৯৬২ ত অসম মাধ্যমিক শিক্ষা পৰিষদ (চমুকৈ ছেবা)স্হাপন হয়। অসম মাধ্যমিক শিক্ষা পৰিষদে অসম ব’ৰ্ডৰ অধীনত অধ্যয়ন কৰি থকা নৱম শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ বাবে পাঠ্যক্ৰম নিৰ্ধাৰণ কৰে। অসম ব’ৰ্ডৰ নৱম শ্ৰেণীৰ বাবে ব’ৰ্ড পৰীক্ষা নাই।

সেয়েহে, বিদ্যালয় পৰ্যায়ত পৰীক্ষা অনুষ্ঠিত কৰা হয়।ৰাজ্যৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে অসমৰ মাধ্যমিক শিক্ষা পৰিষদ অনুসৰণ কৰে। ৰাজ্যত শিক্ষাৰ মানদণ্ড আৰু উৎকৰ্ষতা বিকাশ,নিয়ন্ত্ৰণ,তত্বাৱধান আৰু প্ৰচাৰ কৰে।SEBA য়ে নৱম শ্ৰেণীৰ পাঠ্যক্ৰম নিৰ্ধাৰণ কৰিছে। দক্ষ বিষয় শিক্ষকৰ এখন সমিতিৰ সৈতে SEBA য়ে সম্পূৰ্ণ পাঠ্যক্ৰম আৰু পাঠ্যপুথি লৈ আহিছে। 

অফিচিয়েল ৱেবছাইট লিংকঃ

ssa.assam.gov.in

অসম বোৰ্ড নৱম শ্ৰেণীৰ পৰীক্ষাৰ পাঠ্যক্ৰম(Syllabus for Class 9)

SEBA য়ে পাঠ্যক্ৰমৰ গাঁথনি, নম্বৰ বিতৰণ, শ্ৰেণীৰ সময়, প্ৰকল্প, এছাইনমেণ্ট আদিকে ধৰি সম্পূৰ্ণ নৱম শ্ৰেণীৰ পাঠ্যক্ৰম নিৰ্ধাৰণ কৰিছে। পৰীক্ষাত ভাল নম্বৰ পাবলৈ শিক্ষাৰ্থীসকলে নিষ্ঠাৰে পাঠ্যক্ৰমসমূহ অনুসৰণ কৰিব লাগিব। পাঠ্যক্ৰমৰ কথা উল্লেখ কৰিলে শিক্ষাৰ্থীসকলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাওতে তেওঁলোকে সামৰি ল’ব লগা গুৰুত্বপূৰ্ণ বিষয়বোৰ চিনাক্ত কৰাত সহায় কৰিব। SEBA বোৰ্ডৰ নৱম শ্ৰেণী (class 9) গণিতৰ পাঠ্যক্ৰম অসমৰ মাধ্যমিক শিক্ষা পৰিষদে নিৰ্ধাৰণ কৰে। 

বিজ্ঞানৰ পাঠ্যক্ৰম (Science Syllabus for Class 9)

নৱম শ্ৰেণীৰ বিজ্ঞান পাঠ্যক্ৰমত বিষয়বোৰৰ গোট অনুসৰি নম্বৰ বিতৰণ তলৰ তালিকাত দিয়া হৈছে:

ক্ৰমিক সংখ্যাঅধ্যায়সমূহনম্বৰ
ছয়মাহিলী
বছৰেকীয়া
1
আমাৰ চাৰিওফালৰ বস্তুবোৰ
85
2আমাৰ চাৰিওফালৰ পদাৰ্থবোৰ বিশুদ্ধ নে?85
3অণু আৰু পৰমাণু6
4পৰমাণুৰ গঠন6
5জীৱৰ মৌলিক একক85
6কলা126
7জীৱৰ বিচিত্ৰতা127
8গতি127
9বল আৰু গতি বিষয়ক সূত্ৰসমূহ128
10মহাকৰ্ষণ107
11কাৰ্য আৰু শক্তি7
12শব্দ6
13আমি অসুস্থ কিয় হওঁ?85
14প্ৰাকৃতিক সম্পদ5
15খাদ্য সম্পদৰ উৎকৰ্ষ সাধন5
মুঠ9090
পৰীক্ষামূলক কাৰ্যকলাপ ব্যৱহাৰিক/ আভ্যন্তৰীণ মূল্যায়নৰ নম্বৰ1010
মুঠ100100

ব্যৱহাৰিক/পৰীক্ষাৰ তালিকা আৰু আৰ্হি লিখা

ব্যৱহাৰিক পৰীক্ষাত নম্বৰ বিতৰণ তলত দিয়া হৈছে:

ক্ৰমিক সংখ্যাঅধ্যায়সমূহনম্বৰ
1শ্ৰেণী A: শিক্ষকৰ কাৰ্যকলাপ– (শিক্ষকে শিক্ষাৰ্থীসকলক তেওঁ প্ৰদৰ্শন কৰাৰ দৰে মূল্যাঙ্কন কৰিব)2
2শ্ৰেণী B: শিক্ষাৰ্থীৰ কাৰ্যকলাপ– কাৰ্যকলাপব্যৱহাৰিক ৰেকৰ্ড কিতাপ33
3শ্ৰেণী C : চাৰ্ট/মডেল/নমুনা সংগ্ৰহ2
মুঠ10

গণিতৰ পাঠ্যক্ৰম  (Maths Syllabus for Class 9)

ক্ৰমিক সংখ্যাপাঠসমূহপ্ৰয়োজনীয় গোটসমূহবছেৰেকীয়া নম্বৰ
1সংখ্যাৰ প্ৰণালীসম্পূৰ্ণ অধ্যায়12
2মৌলিক সংহতি তত্ত্বসম্পূৰ্ণ অধ্যায়14
3ঘাতাংক আৰু ধৰ্ম3.1 অনুশীলনীলৈকে12
4বিশেষ উৎপাদক আৰু উৎপাদক বিশ্লেষণ4.2 আৰু 4.3 অনুশীলনীলৈকে14
5অসমতা5.3 অনুশীলনীলৈকে12
6ক্ৰম আৰু শ্ৰেণী6.3 অনুশীলনীলৈকে14
7সমতল জ্যামিতিপূৰ্ণ সংখ্যা12
মুঠ (লিখিত)90
ইণ্টাৰণেল/মূল্যায়ন10
মুঠ100

সমাজ বিজ্ঞানৰ পাঠ্যক্ৰম  (Social Science Syllabus for Class 9)

গোটউপগোট/পাঠনম্বৰ
শাখা I: ইতিহাস(35)
1ভাৰতত ইউৰোপীয়সকলৰ আগমন10
2.ভাৰতীয় জাতীয়তাবাদৰ বিকাশ15
3.অসমত বাৰ্মিজ আক্ৰমণ10
শাখা II: ভূগোল(35)
1.পৃথিৱীৰ পৃষ্ঠৰ পৰিৱৰ্তন10
2.ভাৰতৰ ভূগোল10
3.অসমৰ ভূগোল15
শাখা III: ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি(20)
খণ্ড 1: ৰাজনীতি বিজ্ঞান(10)
1.ভাৰতত ৰাজনৈতিক দলসমূহ05
2.চৰকাৰৰ প্ৰকাৰ05
খণ্ড II অৰ্থনীতি(10)
1.অৰ্থনীতিৰ মৌলিক ধাৰণাসমূহ05
2.মৌলিক অৰ্থনৈতিক সমস্যা05
তত্ত্ব মুঠ90
ইণ্টাৰনেল মূল্যায়ন (পাৰিপাৰ্শ্বিক প্ৰকল্প)(10)
মুঠ100

ইংৰাজীৰ পাঠ্যক্ৰম 

গোটউপগোট/পাঠবছৰেকীয়া নম্বৰ
1Prose : 1. The Last Leaf. 2. A Truly Beautiful Mind. 3. Reach for the Top.25
2Poetry : 1. On Killing a Tree. 2. Wind. 3. Rain on the Roof.10
3Grammar 1. Question tags (3) 2. Vocabulary (3) 3. Degrees of Comparison (3)9
4Comprehension of an unseen prose passage6
Total50

ইংৰাজী দ্বিতীয় ভাষাৰ পাঠ্যক্ৰম 

SectionLESSON/UNITSAnnual
AReading Comprehension (two prose10
passages-one seen, another unseen)
BWriting (translation/amplification, article/ story, notice writing/report writing)16
CGrammar (tense, use of passive voice, word order, narration, preposition, degrees of comparison, question patterns)21
DLiterature/Textbooks: (Beehive) Prose 1. The Fun they Had, 2. The Sound of Music,11
3. My Childhood 4. A Visit to Kaziranaga and Sibsagar10
Poetry :
1. The Road Not Taken, 2. The Lake Isle of Innisfree, 3. A Legend of the Northland,12
ESupplementary Reader (Moments) 1. The Adventures of Toto, 2. The Happy Prince,10
Total90
FInternal Assessment :10
Grand Total100

প্ৰস্তুতিৰ দিহা

পৰীক্ষাৰ বাবে সাজু হওঁতে কঠোৰ মানসিক শ্ৰম কৰিবলৈ হ’লে মানসিক আৰু শাৰীৰিক ভাৱে সবল হোৱাটো প্ৰয়োজনীয়। সেয়েহে পৰীক্ষাৰ সময়ত নিজৰ শৰীৰ আৰু মনৰ যত্ন লোৱাটো অতিশয় দৰকাৰী। শৰীৰটো ভালে ৰাখিবলৈ হ’লে পঢ়াৰ মাজতে কিছু সময় পাতল ব্যায়াম, খোজকঢ়া, দৌৰা আদি কাৰ্যত ব্যৱহাৰ কৰা উচিত। আবেলি সময়ত ঘৰৰ চোতালত বেডমিণ্টনৰ কেইটামান ছেট খেলিলেও দেহত ৰক্ত সঞ্চালন সঠিক ভাৱে হ’বলৈ সুবিধা হয়। পঢ়া মেজত দীৰ্ঘ সময় ধৰি বহি থকাৰ মাজতে উঠি আহি অলপ খোজকাঢ়ি গা মুৰ পোনাই লোৱাৰ অভ্যাস কৰিব লাগে। তেনে কৰিলে মগজুৱেও জিৰণি পায়। 

সঘনাই সোধা প্ৰশ্ন(FAQs)

অসম ব’ৰ্ডৰ নৱম শ্ৰেণী ( Syllabus for Class 9) ৰ সম্পৰ্কিত আটাইতকৈ সঘনাই সোধা প্ৰশ্নবোৰ (FAQ) প্ৰদান কৰিছোঁ: 

প্ৰশ্ন: নৱম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ ন্যূনতম নম্বৰ কিমান?

উত্তৰ: নৱম মানদণ্ডৰ পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ প্ৰয়োজন হোৱা ন্যূনতম নম্বৰ হ’ল মুঠ নম্বৰৰ ৩০%।

প্ৰশ্ন: নৱম শ্ৰেণীৰ  বাবে চীট শ্বীট ক’ত পাম?

উত্তৰ: উত্তৰ: Embibe ত ছাত্ৰ-ছাত্ৰীসকলে নৱম শ্ৰেণীৰ  বিজ্ঞানৰ বাবে চিট শ্বীট বিচাৰি পাব।

প্ৰশ্ন: Embibe ত নৱম শ্ৰেণীৰ  সম্পৰ্কীয় সকলো প্ৰাসংগিক তথ্য বিচাৰি পাবনে?

উত্তৰ: হয়, ছাত্ৰ-ছাত্ৰীসকলে নৱম শ্ৰেণীৰ (Class IX) সম্পৰ্কীয় সকলো প্ৰাসংগিক তথ্য Embibeত পাব।

প্ৰশ্ন:প্ৰতিটো বিষয়ৰ বাবে এই চীট শ্বীটসমূহ নিৰ্ভৰযোগ্য নেকি?

উত্তৰ: হয়, প্ৰতিটো বিষয়ৰ বাবে চিট শ্বীট নিৰ্ভৰযোগ্য আৰু Embibe ৰ শীৰ্ষ বিশেষজ্ঞসকলে প্ৰস্তুত কৰে।

প্ৰশ্ন: অসম বোৰ্ডৰ কিতাপখনৰ বাবে মই সম্পূৰ্ণ নৱম শ্ৰেণী(class 9) সমাধান ক’ত পাম?

উত্তৰ: শিক্ষাৰ্থীসকলে অসম বোৰ্ডৰ নৱম শ্ৰেণী(class 9) ৰ লগতে Embibe প্লেটফৰ্মত আন সকলো কিতাপ বিনামূলীয়াকৈ সম্পূৰ্ণ সমাধান বিচাৰি পাব পাৰে। 

প্ৰশ্ন:অসম বোৰ্ডৰ নৱম শ্ৰেণী(class 9)-ৰ সমাধানৰ সৈতে সৰ্বশ্ৰেষ্ঠ কিতাপ কোনখন?

উত্তৰ: শিক্ষাৰ্থীসকলে Embibe প্লেটফৰ্মত অসম বোৰ্ডৰ নৱম শ্ৰেণী(class 9)-ৰ বাবে 100 শতাংশ সঠিক সমাধান বিচাৰি পাব পাৰে। Embibeত অসম বোৰ্ডৰশ্ৰেণী ৯ ৰ সম্পূৰ্ণ পাঠ্যক্ৰম আছে। 

প্ৰশ্ন: নৱম শ্ৰেণীৰ পাঠ্যক্ৰম আৰু টোকা বোৰ কেনেকৈ ডাউনলোড কৰিব পাৰোঁ?

উত্তৰ: শিক্ষাৰ্থীসকলে Embibe ত ৯ম শ্ৰেণীৰ সম্পূৰ্ণ পাঠ্যক্ৰম সহজে বিচাৰি পাব পাৰে। শিক্ষাৰ্থীসকলে Embibe প্লেটফৰ্মত কিতাপ, টোকা আৰু সমগ্ৰ সমাধান বিনামূলীয়াকৈ বিচাৰি পাব পাৰে। 

প্ৰশ্ন: অসম বোৰ্ডৰ নৱম শ্ৰেণীৰ কিতাপবোৰ অনুশীলনৰ বাবে ভাল নেকি?

উত্তৰ: অসম বোৰ্ডৰ নৱম শ্ৰেণী(class 9) ৰ পাঠ্যপুথিবোৰ শিক্ষাৰ্থীসকলৰ বাবে সঁচাকৈয়ে সহায়ক।  

শেহতীয়া খবৰ আৰু আপডেটৰ বাবে Embibe ৰ লগত থাকা। আমি আশা কৰোঁ যে এই লেখাটো তোমালোকৰ বাবে সহায়ক হ’ব। এনেধৰণৰ অধিক বিষয়বস্তুৰ বাবে জানিবলৈ অনুগ্ৰহ কৰি Embibe ৰ সৈতে সংযুক্ত হৈ থাকা।

আগন্তুক  পৰীক্ষাৰ বাবে Embibe ৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ!

Embibe ত 3D শিক্ষণ, কিতাপৰ অনুশীলনী, পৰীক্ষা আৰু সন্দেহৰ সমাধানৰ সৈতে তোমাৰ সৰ্বশ্ৰেষ্ঠ প্ৰাপ্ত কৰা